অশোক ফুল
।
Ashoka tree
Ashoka flower bunch
সংৰক্ষণ স্থিতি
অসুৰক্ষিত (IUCN 2.3)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Saraca
প্ৰজাতি: S. asoca
বৈজ্ঞানিক নাম
Saraca asoca
(Roxb.) Wilde
সমাৰ্থক[1]
Jonesia asoca Roxb.
Jonesia confusa Hassk.
Jonesia pinnata Willd.
Saraca confusa (Hassk.) Backer
অশোক ফুল (অৰ্থাৎ যাৰ শোক নাই) এবিধ লেগুম(legume) অৰ্থাৎ মাহ পৰিয়ালৰ কেছালপিনিওডি (Caesalpinioideae ) উপ-পৰিয়ালৰ অন্তৰ্গতঃ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছাৰাকা অশোকা (Saraca asoca)। ভাৰত উপমহাদেশআৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ সাংস্কৃতিত ইয়াৰ এক বিশেষ স্থান আছে।
No comments: